- IPL ২০২৬ৰ ফাইনেলত জয়ী হয় ৰয়েল চেলেঞ্জাৰ বাংগালুৰু।
- গুজৰাট টাইটেনছক পৰাস্ত কৰি চেম্পিয়নৰ ট্ৰফী লাভ কৰে বাংগালুৰুৱে।
- গুজৰাটে প্ৰথমে বেটিং কৰি বান্ধি দিছিল ১৫৬ ৰানৰ লক্ষ্য।
- ১৮ অভাৰতে গুজৰাটে বান্ধি দিয়া লক্ষ্যত উপনীত হয় বাংগালুৰু।
- ১৮ অভাৰত ৫টা উইকেট হেৰুৱাই ১৬১ৰান সংগ্ৰহ কৰে দলটোৱে।

