IPL ২০২৬ৰ আজি হাইভল্টেজ ফাইনেল। ৭.৩০ বজাত নৰেন্দ্ৰ মোডী ষ্টেডিয়ামত গুজৰাট টাইটেনছ আৰু ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰুৰ মাজত ফাইনেল মেচখন আৰম্ভ হয়। নিজ নিজ পচন্দৰ দলক সমৰ্থন জনোৱা ক্ৰিকেট প্ৰেমীসকলেৰে ভৰি পৰে ষ্টেডিয়াম। টছত জয়ী হৈ বাংগালুৰুৱে প্ৰথমে বলিং কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে।

