Dailyhunt Logo
  • Light mode
    Follow system
    Dark mode
    • Play Story
    • App Story
মণিপুৰত সন্ত্ৰাসবাদীৰ গুলীচালনা, নিহত এজন...

মণিপুৰত সন্ত্ৰাসবাদীৰ গুলীচালনা, নিহত এজন...

  • মণিপুৰত সন্ত্ৰাসবাদীৰ ভয়ংকৰ গুলীচালনাৰ ঘটনা সংঘটি।
  • সন্ত্ৰাসবাদীৰ গুলীচালনাত নিহত হৈছে এজন ট্ৰাক চালক।
  • ট্ৰাক চালকজন অনা-মণিপুৰী বুলি জানিব পৰা গৈছে।
  • অসামৰিক কনভয়ত নিৰ্বিচাৰ গুলীচালনা কুকি উগ্ৰপন্থীৰ।
  • খাদ্য সামগ্ৰী কঢ়িয়াই লৈ গৈ থকা অৱস্থাতে গুলীচালনা উগ্ৰপন্থীৰ।
  • পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে নিয়োগ কৰা হৈছে ৰেপিড একচন ফ’ৰ্চ।
Dailyhunt
Disclaimer: This content has not been generated, created or edited by Dailyhunt. Publisher: Asomiya Pratidin