Dailyhunt Logo
  • Light mode
    Follow system
    Dark mode
    • Play Story
    • App Story
মুকালমুৱাত দলবদ্ধ আক্রমণত মৃত্যু এজন যুৱকৰ...

মুকালমুৱাত দলবদ্ধ আক্রমণত মৃত্যু এজন যুৱকৰ...

  • নলবাৰীৰ মুকালমুৱাৰ গংগাপুৰত চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে।
  • দলবদ্ধ আক্রমণত মৃত্যু হয় এজন যুৱকৰ।
  • মৃত যুৱকজনৰ নাম মাধুৰ্য বৰ্মন বুলি চিনাক্ত কৰা হৈছে।
  • গুৰুতৰভাৱে আঘাতপ্রাপ্ত আন এগৰাকী যুৱতী।
  • সংকটজনক অৱস্থাত যুৱতী মৃদুমুদ্রা ডেকাক সাৰথি হাস্পতালত ভৰ্তি কৰা হৈছে।
  • দুয়োগৰাকী স্কুটীৰে ঘৰলৈ গৈ থকা অৱস্থাত আক্রমণ দুয়োকে।
  • মাধুৰ্য বৰ্মন আৰু মৃদুমুদ্রা ডেকাক দাৰে আক্রমণ কৰা হয়।
  • ৰোজ আলী আৰু আশিক আলীয়ে দাৰে আক্রমণ কৰে দুয়োকে।
  • প্রেমজনিত কাৰণতে এই ঘটনা সংঘটিত হোৱাৰ সন্দেহ কৰা হৈছে।
  • ঘটনাক কেন্দ্র কৰি সমগ্র নলবাৰীত চাঞ্চল্যৰ সৃষ্টি হৈছে।
Dailyhunt
Disclaimer: This content has not been generated, created or edited by Dailyhunt. Publisher: Asomiya Pratidin