Dailyhunt
তৃতীয় স্থানত ৰাম মন্দিৰ : বৃদ্ধি পাইছে ভক্তৰ আগমন...

তৃতীয় স্থানত ৰাম মন্দিৰ : বৃদ্ধি পাইছে ভক্তৰ আগমন...

ডিজিটেল ডেস্ক : পৰ্যটক আৰু ভক্তৰ প্ৰথম পচন্দৰ উপাসনাস্থলীলৈ পৰ্যবসিত হৈছে অযোধ্যাৰ ৰাম মন্দিৰ। ইয়াৰ লগে লগে দেশৰ তৃতীয়টো সৰ্বাধিক উপাৰ্জনকাৰী উপাসনাস্থলীলৈ পৰ্যবসিত হৈছে ৰাম মন্দিৰ।

প্ৰতিষ্ঠাৰ পিছৰে পৰা ৰাম মন্দিৰলৈ ১৩ কোটিৰো অধিক ভক্তৰ আগমন ঘটিছে। এনেদৰে মন্দিৰটোৰ বছৰি উপাৰ্জন হৈছেগৈ ৭০০ কোটি টকা।

বছৰেকীয়া উপাৰ্জনেৰে স্বৰ্ণ মন্দিৰ, বৈষ্ণু দেৱী আৰু ছিৰডিৰ সাইবাবা মন্দিৰকো চেৰ পেলাইছে ৰাম মন্দিৰে।

Dailyhunt
Disclaimer: This content has not been generated, created or edited by Dailyhunt. Publisher: Asomiya Pratidin