
নগাঁও, ০২ মাৰ্চ (হি স)। আকৰ্ষনীয় হৈ পৰিছে কামপুৰ পৌৰসভাৰ নিৰ্বাচনী প্ৰচাৰ । পৌৰসভা নিৰ্বাচনলৈ মাজত মাথোঁ কেইটামান দিন । উঠি পৰি লাগিছে শাসক বিৰোধী । এইবাৰ কামপুৰ পৌৰসভা দখল কৰিবলৈ উঠিপৰি লাগিছে শাসক বিৰুদ্ধি । তীব্ৰতাৰে চলাইছে নিৰ্বাচনী প্ৰচাৰ ।
এফালে কংগ্ৰেছ প্ৰাৰ্থী সকলৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলায় কংগ্ৰেছ দলৰ উপ দলপতি ৰকিবুল হুছেইনে, আনফালে বঢ়মপুৰৰ বিধায়ক জিতু গোস্বামীয়ে অগপ বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী সকলৰ হৈ প্ৰচাৰ চলাইছে ।
হিন্দুস্থান সমাচাৰ/প্ৰকাশ/মনোজ
