গছে-বনে পাতে, কুলিৰে মাততে আকৌ আহি পালে বাপতি সাহোন ৰঙালী বিহু। চৌদিশে এতিয়া ৰঙালী বিহুৰ উছাহ। ৰঙালী বিহুক সাতখন আঠখন অসমীয়াৰ দেহ-মন। ৰঙালী বিহুত আপোনকজন কিদৰে জনাব শুভেচ্ছা? চাওক ৰঙালী বিহুৰ শুভেচ্ছা বাৰ্তা। ৰঙালী বিহুৰ শুভেচ্ছা জনালো। ৰঙালীয়ে সকলোলৈ কঢ়িয়াই আনক সুখ-সম্প্ৰীতি আৰু আশাৰ বতৰা।
ৰঙালী বিহু আৰু অসমীয়া নৱবৰ্ষৰ হিয়াভৰা ওলগ জনালো। নতুন বছৰটোয়ে আপোনালোকৰ জীৱনলৈ লৈ আনক অফুৰন্ত আনন্দ উৎস।
বাপতিসাহোন ৰঙালী বিহুৰ হিয়াভৰা ওলগ জনালো। ৰঙালী বিহুৱে কঢ়িয়াই আনক ঐক্য, শান্তি আৰু সম্প্ৰীতিৰ বতৰা।
ব'হাগ বিহুৰ হিয়াভৰা শুভেচ্ছা জনাইছো। ৰঙালীৰ ৰঙেৰে ৰঙীন হওক আপোনাৰ জীৱন।
অসমীয়াৰ আয়ুসৰেখা ৰঙালী বিহুৰ অযুত শুভকামনা জনালোঁ।

আপোনাৰ লগতে আপোনাৰ পৰিয়ালৰ সকলোলৈকে ব'হাগ বিহুৰ শুভেচ্ছা জনালোঁ।
হেঁপাহৰ ৰঙালীৰ ওলগ হিয়াভৰা জনালো। ৰঙালীৰ এই ৰঙীন ক্ষণত সকলোৰে মংগল কামনা কৰিলোঁ।
প্ৰতিগৰাকী অসমীয়ালৈ ৰঙালী বিহুৰ আন্তৰিক শুভকামনা জনাইছোঁ। সকলোৰে ভাল হওক আৰু সকলো শান্তিত থাকক।
সমূহ অসমবাসীক ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা জনালো। বাপতি সাহোন বিহুৱে প্ৰতিটো পৰিয়াললৈ কঢ়িয়াই আনক সুখ আৰু শান্তিৰ বতৰা।
প্ৰতিগৰাকী বন্ধু-বান্ধৱীলৈ বিহুৰ শুভেচ্ছা জনালো। সকলো ভালে থাকক। সকলোৰে জীৱন মংগল হওক।
ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা জনালো। বাপতিসাহোন ৰঙালী বিহুয়ে সমাজৰ প্ৰতিগৰাকী লোকৰ বাবেই হৈ পৰক আনন্দৰ উৎস।
'অতিকৈ চেনেহৰ ব'হাগৰ বিহুটি, তাতোকৈ চেনেহৰ বিহু, তাতোকৈ চেনেহৰ ব'হাগৰ বিহুটি, নাপাতি কেনেকৈ থাকো' সকলো অসমবাসীক বাপতিসাহোন ৰঙালীৰ আন্তৰিক শুভেচ্ছা জনালো।

ৰঙালী বিহুৰ শুভেচ্ছা জনালো। HAPPY RONGALI BIHU
আপোনাৰ লগতে আপোনাৰ পৰিয়ালৰ প্ৰতিগৰাকী সদস্যলৈ ৰঙালী বিহুৰ আন্তৰিক শুভকামনা জনালোঁ। নতুন বৰ্ষই সকলোৰে জীৱনলৈ কঢ়িয়াই আনে সুখ-শান্তি আৰু আশাৰ বতৰা।
জীৱনৰ সকলো বিষাদ দূৰ কৰি ৰঙালী বিহুটিয়ে সকলোৰে বাবে কঢ়িয়াই আনক সুখ, সুখ আৰু কেৱল সুখ।
ৰঙালী বিহুৰ ওলগ জনালোঁ। ৰঙালী ৰঙেৰে জিলিকি উঠক সকলোৰে জীৱন।
প্ৰতিগৰাকী অসমীয়ালৈ হেঁপাহৰ ৰঙালী বিহুৰ ওলগ জনালো। অসমীয়াৰ প্ৰাণ বিহুটিয়ে সকলোৰে মনবোৰ ৰঙীন কৰি তোলক।
ৰঙালীৰ বতৰে সকলোৰে মনবোৰ প্ৰেম-ভালপোৱাৰে উপচাই তোলক। প্ৰেমময় হৈ পৰক সকলোৰে জীৱন।
চোৱা আকৌ আহিল ব'হাগী। চৌদিশে এতিয়া কেৱল ঢোলৰ গুমগুমনি, তগৰ-কপৌ-নাহৰৰ গোন্ধ। সকলোৰে জীৱন জীপাল কৰি তোলে বিহুটিয়ে, তাৰেই কামনা কৰিছোঁ।
শান্তিৰে ভৰি পৰক সকলোৰে জীৱন। ৰঙালী বিহুৰ হিয়াভৰা শুভেচ্ছা থাকিল।
ৰঙালী বিহুৰ প্ৰীতিভৰা শুভেচ্ছা জনালো। সম্প্ৰীতি আৰু ভাতৃত্ববোধৰে হেঁপাহৰ বিহুটিক আদৰো আহক।
'বিহু আনন্দীয়া, বিহু বিনন্দীয়া বিহুটি অসমৰ প্ৰাণ, এনুৱা বিহুটি এৰিব লাগিলে নাথাকে অসমৰ মান।' সমূহ অসমবাসীক বিহুৰ হিয়াভৰা ওলগ জনালোঁ।
'লাও খা, বেঙেনা খা, বছৰে বছৰে বাঢ়ি যা। মাৰ সৰু, বাপেৰ সৰু, তই হ'বি বৰ গৰু।' প্ৰতিগৰাকী অসমবাসীকে গৰু বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ।
সমূহ ৰাজ্যবাসীক গৰু বিহুৰ লগতে সাত বিহুৰ শুভেচ্ছা জনালোঁ।
''আজি গৰু বিহু, বিহুৰ আন্তৰিক শুভকামনা জনালো। কৃষক খেতিপথাৰ খেতি নদন-বদন হওক, ভৰি পৰক সকলোৰে ভঁড়াল।''
আজি উৰুকা, কাইলৈ গৰু বিহু। প্ৰতিগৰাকী অসমীয়াকে গৰু বিহুৰ শুভেচ্ছা জনালোঁ।
আজি গৰু বিহু। সকলো ৰাইজলৈ গৰু বিহু শুভকামনা।
গৰু বিহুৰ লগতে ৰঙালীৰ শুভকামনা। সকলো সুখে-শান্তিৰে আৰু কুশলে থাকক।
সকলোলৈকে গৰু বিহুৰ শুভেচ্ছা থাকিল। ৰঙালীৰ ৰঙীন হৈ পৰক সকলোৰে জীৱন।
'দীঘলতি দীঘল পাত মাখি মাৰো জাক-জাক।' সমূহ অসমবাসীকে গৰু বিহুৰ শুভেচ্ছা জনালোঁ।