1) নিজৰ ভুলৰ বাহিৰে মানুহে পৃথিৱীত সকলো বস্তুৱেই বিচাৰি পায়।
Assamese Quotes About Life: জীৱনৰ বিষয়ে উদ্ধৃতি2)কপালত যদি সুখ নাথাকে, জোৰ কৰি সুখ অনা অসম্ভৱ ।
Assamese Quotes About Life: জীৱনৰ বিষয়ে উদ্ধৃতি3)স্বাৰ্থ অবিহনে কোনো কাৰো আপোন নহয়, অলপ দেৰিকৈ হ'লেও সকলোৱে জীৱনত এই কথাষাৰ বুজি পায় ।
Assamese Quotes About Life: জীৱনৰ বিষয়ে উদ্ধৃতি4)যাৰ মনটো ভাল হয়, তেওঁৰ ভাগ্যখন বহুত বেয়া হয় ।
Assamese Quotes About Life: জীৱনৰ বিষয়ে উদ্ধৃতি5)সম্পৰ্কৰ ভাঙিবলৈ কাৰণৰ প্ৰয়োজন নাই, আচৰণেই যথেষ্ট।
Assamese Quotes About Life: জীৱনৰ বিষয়ে উদ্ধৃতি6)জীৱনটো পাৰ কৰা কেতিয়াও সহজ নহয়, ইয়াক সহজ কৰি ল’বলগীয়া হয়, কিছু এলাগী কৰি আৰু কিছু সহ্য কৰি ।
7)দুখ অচিনাকি মানুহে নিদিয়ে, দুখ দিয়ে সদায় নিজৰ আপোন মানুহবোৰে ।
8)সুখ হাজাৰ বিচাৰিলেও নাপাওঁ কিন্তু দুখ বোৰ নিবিচাৰাকৈয়ে বহুত পাওঁ ।
9)যিমানেই ডাঙৰ হৈছোঁ আনন্দবোৰ সিমানেই দূৰৈত হেৰাই গৈছে ।
10)মানুহ কেতিয়াও বেয়া হৈ জন্ম নহয়, এই পৃথিৱীখনে মানুহক বেয়া হ’বলৈ বাধ্য কৰে ।
11)হেৰাই যোৱাজন ঘূৰি আহিব পাৰে কিন্তু সলনি হৈ যোৱাজন কেতিয়াও ঘূৰি নাহে ।
12)কিতাপৰ পাতে নহয়, পেটৰ ভোক আৰু কঠিন মতেহে আমাক অধিক শিকায় ।
13)জীৱনত অহা বেছি ভাগ মানুহেই অস্থায়ী। কিছুমানে সময় পাৰ কৰিবলৈ আহে আৰু কিছুমানে সময় নষ্ট কৰিবলৈ আহে ।
14)মানুহক চেহেৰা আৰু কাপোৰৰ সহায়ত চিনিব নোৱাৰি, মানুহক চিনিব পাৰি কৰ্ম আৰু মানসিকতাৰ সহায়ত ।
15)যিবিলাক মানুহে আপোনাক কেৱল নিজৰ প্ৰয়োজনৰ সময়তহে মনত পেলায়, সেইবিলাক মানুহক কোনো কাৰণতে হৃদয়ত ঠাই নিদিব। অন্যথা আপুনি আঘাত পোৱাটো নিশ্চিত ।
16)সকলোৰে জীৱনত এনেকুৱা এজন মানুহ থাকে, যাক পাহৰিবও নোৱাৰি আৰু নিজৰ কৰাৰো অধিকাৰ নাথাকে ।
17)খং উঠিলে চিঞঁৰিবলৈ যিমান শক্তি লাগে, তাতকৈ মনে মনে থাকিবলৈ বেছি শক্তি লাগে ।
18)নিজৰ সুখৰ বাবে কেতিয়াও আনক দুখ নিদিবা ।
19)দুখৰ অভাৱ নাই বাবেই সুখৰ দাম বেছি মায়া বজাৰত ।
20)দুখবোৰ পাহৰা একমাত্ৰ উপায় ব্যস্ত থাকিব লাগিব ।
21)সপোন প্ৰত্যেকে দেখে কিন্তু সপোনবোৰ পূৰণ কৰা ভাগ্য প্ৰত্যেকৰ নাথাকে ।
22) যি আছে তাক লৈ সন্তুষ্ট হ'বলৈ শিকিবা, জীৱনটো উপভোগ কৰিব পাৰিবা।
23) চকুৰে দেখা নোপোৱাবোৰ অন্তৰে দেখা পায়।
24) প্ৰেমত অজলাজনো কবি হৈ পৰে। প্ৰেমত পৰিব, প্ৰতিটো অভিজ্ঞতাই জীয়াই থাকিবলৈ শিকাব।
25) প্ৰেমৰ বিনিময়ত সদায় প্ৰেম পায় জানো ? কিছুমান দুখেও জানো সুখ নিদিয়ে ?
26) প্ৰতিটো সৰু সৰু অভিজ্ঞতাই শিকায় জীৱনৰ মূল !
27) ভয় সময়ক কৰিব, সময়ে সকলো শেষ কৰিব পাৰে।
28) সফলতা সুখৰ চাবিকাঠি নহয়, সুখেহে সফলতাৰ চাবিকাঠি।
29) প্ৰত্যেক দিনেই এক নতুনৰ আৰম্ভণি...উপভোগ কৰক।
30) জীৱনটো সহজ নহয় ঠিকেই কিন্তু মূল্যৱান !
Also Read: Assamese Birthday wishes: আপোনজনক বিশেষভৱে জনাওক জন্মদিনৰ শুভেচ্ছা

